•  
  •  
  •  
  •  
  •  

অসমীয়া মাল্টিমিডিয়া ৱেব আলোচনী ‘মণিকূট’ৰ তৰফৰ পৰা আয়োজন কৰা গল্প-প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে ।
গল্প প্ৰতিযোগিতা :
১ম- পৰিস্মিতা বৰদলৈ, তিনিচুকীয়া (গল্প-সেৱা)
২য়- (যুটীয়াভাৱে) অসীম তালুকদাৰ, মেডিচনভিল,কেন্টাকী,আমেৰিকা (গল্প-তৃতীয় শ্ৰেণীৰ যাত্ৰী)
আৰু খনিন্দ্ৰ ভূষণ মহন্ত (গল্প-সম্পাদকৰ কোঠা)
৩য়- (যুটীয়াভাৱে) নীৰুজা বৰা,নগাঁও (গল্প-জীৱনৰ ৰং)
আৰু বেবী শৰ্মা চৌধুৰী, বংগাইগাও (গল্প- এটি অভিশপ্ত নিশা)
প্ৰৱন্ধ প্ৰতিযোগিতা :
১ম- ইন্দ্ৰনীল গায়ন (প্ৰৱন্ধ- অসমৰ লোকগীত পৰম্পৰাত ওজাপালি : এক পৰ্যালোচনা)
২য়- সুশীলা কলিতা ( প্ৰৱন্ধ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত নাৰীৰ স্থান)
৩য়- দীপিকা দাস কলিতা ( প্ৰৱন্ধ- নাৰীবাদ)
বিজয়ী প্ৰতিযোগীসকললৈ ডাকযোগে পুৰস্কাৰসমূহ প্ৰেৰণ কৰা হ’ব । গতিকে তেখেতসকলৰ বিতং ঠিকনা আমাৰ ই-মেইল monikut.editor@gmail.com ত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ ।

সম্পাদক,প্ৰতিযোগিতা পৰিচালনা সমিতি, মণিকূট ।