•  
  •  
  •  
  •  
  •  

“মণিকূট” ৱেব মেগাজিনখন প্ৰতি দুমাহৰ মূৰে মূৰে প্ৰকাশ পাব ।

💎 ইয়াত গল্প, কবিতা, প্ৰৱন্ধ, চমু জীৱনী, নাটক, ভ্ৰমণ কাহিনী, ৰিপৰ্ট, আলোচনা, গ্ৰন্থ সমালোচনা, চিনেমা আৰু  খেল সম্পৰ্কীয় আলোচনা, অদিও/ভিডিও গান, চুটি ছবি, সাক্ষাৎকাৰ, কাৰ্টুন আদি প্ৰকাশ পাব ।

💎 ইয়াৰ ভাষা হ’ব মুখ্যতঃ অসমীয়া; কিন্তু অসমৰ বিভিন্ন ঠাইৰ কথিত ভাষাৰ লেখাও বিবেচনা কৰা হ’ব ।

💎 মাত্ৰ ইউনিকোডত লিখা (ফেচবুক, হোৱাটছএপ, ৰ’দালি, মেম’, এভাৰনোট ইত্যাদিত) ছফ্ট কপিৰ লেখাহে প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব ।

💎 লেখাসমূহ অতিপাত দীঘল হোৱাটো বাঞ্চনীয় নহয় ।

💎 লেখাসমূহৰ লগত প্ৰাসংগিক ফটো, ছবি, ড্ৰয়িং, মানচিত্ৰ আদি থকাটো উচিত ।

💎 লেখাসমূহ লেখক-লেখিকাৰ সম্পূৰ্ণ নাম, ঠিকনা, ই-ঠিকনা, ফোন নম্বৰসহ monikut.editor@gmail.com ই-ঠিকনাত বা 7086323199 হোৱাটছএপ নম্বৰত পঠিয়াব লাগিব ।