March 23, 2019
  • গল্পগুচ্ছ

    ফাগুণ : সঞ্জীৱনী পাঠক

    চকুপানীখিনিয়ে কোঠাটোৰ পোহৰখিনি ঢাকি পেলাইছে ৷ বিচনাত লেপেট খাই পৰি ৰোৱা তাইৰ জ্বৰীয়া দেহাৰ তপত হাতখনেৰে তাতোকৈ তপত চকুপানীখিনি মচি পেলোৱাৰ বৃথা চেষ্টা এটা চলাই আছে ৷ চকু দুটা মুদি ফোনৰ সিপাৰৰ উশাহকেইটাৰ কথা মনত [More..]
  • গল্পগুচ্ছ

    শুভানু ধ‍্যায়ী – মূলঃ ওড়িয়াঃ আচাৰ্য ভাৱানন্দ, অনুবাদঃ সুৰেন তালুকদাৰ

    আচাৰ্য ভাৱানন্দঃ আচাৰ্য ভাৱানন্দ ওড়িয়া ভাষাৰ এগৰাকী সুপ্ৰতিষ্ঠিত চুটি গল্প লেখক। তেওঁৰ গল্প আৰু আন লেখাৰ সংখ‍্যা অধিক নহয় যদিও উচ্চ মান বিশিষ্ট হোৱাৰ হেতুকে তেওঁৰ গল্প আন কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে। ————————————————- ৰাধু [More..]
  • গল্পগুচ্ছ

    অনুগল্প : নৱজিৎ মেধি

    [ ১ ] #এক মিনিটৰ গল্প :- *(নিগনি দৌৰ )* অফিচৰ পৰা আহিয়েই সন্ধিয়া শাহুআইক ঘৰত দেখি অনুপম বৰুৱা বৰ আনন্দিত হ’ল । বিয়া কৰোৱা বহু বছৰেই হ’ল যদিও নিজে থকা চহৰখনৰ পৰাই বিয়া কৰোৱাৰ [More..]
  • গল্পগুচ্ছ

    বাস্তৱ : মাছুমা জামান

    [“বাস্তৱ ভয়াবহ সত্য”,,,,সময়ে সময়ে প্ৰতাৰিত হোৱা সচা ভালপোৱাৰ নিদৰ্শন এয়া😑😑] দৃশ্য ১: ডাৱৰীয়া বতৰ, ক্ৰমাৎ মুশূলধাৰ বৰষুণৰ অপেক্ষাত গুৱাহাটীৰ পল্টন বজাৰৰ এটি আবেলি। সদাব্যস্ত পল্টন বজাৰ, যেন মানুহৰ মকৰাজল।। বাট পথ, পদপথ, সকলোতে কেৱল ব্যস্ততাৰ [More..]
  • গল্পগুচ্ছ

    উখহা হাতৰ সাহস : ৰুমী নাথ

    “হেৰি বেমাৰী দেহাটোৰে আৰু কোনফালে ঢাপলি মেলিছে ? ” পদূলিৰ জপনা আধা খোলা কৰি দেউতাই মাৰ গৰগৰীয়া শব্দৰ শিকলিডালত মেৰ খাই সাঁউত কৰে একেবাৰে মাৰ সন্মুখ পালেহি । দেউতা — ” তোমাক আৰু কিমান বুজামহে [More..]
  • গল্পগুচ্ছ

    সেৱা : গল্প প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ স্থান প্ৰাপ্ত গল্প : পৰিস্মিতা বৰদলৈ

    বগলী পাখী যেন ধকধকীয়া কাপোৰখনত ৰঙা কাপোৰেৰে ঘেৰ দিয়া ধুনীয়া চন্দ্ৰতাপখনৰ তলতে ফুলাম গামোচাৰে ঢাকি পাতি লোৱা হৈছে অস্থায়ী মণিকুটটি ৷ মণিকুটটিৰ সন্মুখত মুখামুখিকৈ কলপুলিৰ ঠাৰিৰে সজা গছা দুটিত জ্বলি আছে দুগছি মাটিৰ চাকি ৷ [More..]
  • কোকিলা মাহাৰী
    গল্পগুচ্ছ

    কোকিলা মাহাৰী – ৰবি পাটনায়ক, অনুবাদ: মহেন্দ্ৰ কুমাৰ নাথ

    (উৰিয়া গল্পকাৰ ৰবি পাটনায়ক ভাৰতীয় সাহিত্য জগতৰ এক প্ৰসিদ্ধ নাম৷ তেওঁৰ গল্প ইংৰাজীকে ধৰি বিভিন্ন দেশী-বিদেশী ভাষালৈ অনূদিত হৈছে৷ চাৰিশৰো অধিক চুটি গল্পৰ জনক ৰবি পাটনায়কে উৰিয়া সাহিত্য অকাডেমী বঁটা, সৰলা বঁটা আৰু ১৯৯২ চনত [More..]
  • Jui
    গল্পগুচ্ছ

    জুইঃ নিংকু নিশা নেওগ

    পৰীক্ষাহলত ডিউটি দি থকা ধৰণী মাষ্টৰে বাওঁহাতৰ গৰম চিঙৰাটোত একামোৰ মাৰি পৰম তৃপ্তিৰে আইনাৰ গিলাছটোৰ পৰা ৰঙাচাহ এশোঁহা মাৰিছিলহে, কেৰমেৰণি ধৰি দেৱযানীৰ পেটটো পাক মাৰি ধৰিলে। তাই এবাৰ ছাৰৰ হাতৰ চিঙৰাটোলৈ, এবাৰ সন্মূখত মেলি ৰখা [More..]

শ্ৰদ্ধাঞ্জলি

শ্ৰদ্ধাঞ্জলি


সম্পাদকীয়

সম্পাদকীয়

সম্পাদকীয় : দুৱাৰদলিত ফাগুন

‘মণিকূট’ গৈ পঢ়ুৱৈৰ স্ক্ৰীণত জিলিকি উঠাৰ সময়ত ফাগুনৰ পছোৱাজাকে সকলোৰে গা-মন ৰাই-জাই কৰিব নিশ্চয় । প্ৰেয়সীৰ আচল উৰুৱাই নিয়া এই ফাগুনৰ বতৰতে মনবোৰ উৰুঙা উৰুঙা লাগে আপোনাৰো । ফাগুনে মায়া সানে সকলোৰে হৃদয়ে হৃদয়ে । [More..]

মণিকূট গল্প-প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফলসমূহ

ৰঙালী বিহু  সংখ্যাৰ বাবে লেখা আহ্বান কৰা হৈছে| লেখা পঠোৱাৰ ঠিকনাঃ

ইমেইলঃ monikut.editor@gmail.com
হোৱাটছআপঃ  7086323199

ফিটনেচ মন্ত্ৰ

বিজ্ঞানপ্ৰভা

Vigyan vichitra
বিজ্ঞানপ্ৰভা

বিজ্ঞান বিচিত্রাঃ ড৹ ৰাস্না ৰাজখোৱা

🔘 বর্ণসংকৰ অজগৰৰ ফ্লৰিডাৰ দ্বীপ এভাৰগ্লেডচলৈ ভাবুকি ফ্লৰিডাৰ দক্ষিণ অঞ্চলত নতুনকৈ আৱিষ্কৃত হোৱা বর্ণসংকৰ অজগৰ (Hybrid Pythons) অবর্ণসংকৰ অজগৰতকৈ যথেষ্ঠ শক্তিশালী আৰু তাৰ পৰিৱেশৰ বাবে বেছি উপযোগী৷ এই বিচিত্ৰ অজগৰ জিনীয়ভাৱে ক’বলৈ গ’লে ব্ৰহ্মদেশীয় অজগৰ (Python Bivittatus)৷ [More..]

পত্ৰালাপ

  • patralap
    পত্ৰালাপ
    একেবাৰে আৰম্ভণিৰে পৰা জুবিন গাৰ্গ ৱেব আলোচনী “মণিকূট”ৰ লগত আছে। জুবিন গাৰ্গৰ সান্নিধ্যই মণিকূট পৰিয়ালৰ বাবে কাম কৰি যোৱাৰ এক প্ৰেৰণা। — জয়ন্ত কুমাৰ শৰ্মা (নৱবৰ্ষৰ শুভেচ্ছাঃ জুবিন গাৰ্গ) 🔶 Happy new year Zubeen da. — Manoj (নৱবৰ্ষৰ শুভেচ্ছাঃ [More..]

অসমৰ উদ্ভিদ পৰিচয়

উদ্ভিদ পৰিচয়ঃ
অসমৰ উদ্ভিদ পৰিচয়

অসমৰ উদ্ভিদ পৰিচয় ৪ : ড৹জিন্টু শৰ্মা

উদ্ভিদ পৰিচয়ঃ ১৭ বৈজ্ঞানিক নাম: Garcinia morella (Gaertn.) Desv. গোত্ৰ : Clusiaceae ইংৰাজী নাম : Indian Gamboge অসমীয়া নাম: কুঁজী থেকেৰা অন্য নাম: তামিল- ইৰাভাচিন্বি, মালায়ালম- ইৰাভি, কানাড়া- আৰদালা     বিৱৰণ : প্ৰায় ১০-১৫ [More..]

অসমৰ উদ্ভিদ পৰিচয়

অসমৰ উদ্ভিদ পৰিচয় ৩ঃ ড৹জিন্টু শৰ্মা

উদ্ভিদ পৰিচয়ঃ ১১ বৈজ্ঞানিক নাম: Murraya paniculata L. গোত্ৰ: Rutaceae ইংৰাজী নাম: Orange jasmune, Chinese box . অসমীয়া নাম:কামিনী কাঞ্চন। অন্য নাম: হিন্দী- কামিনী, মণিপুৰী- কামিনী কুসুম, তামিল–ভেংগাৰী, তেলুগু- নাগাগুলুংগু, মাৰাঠী- কুংতী, মালায়ালাম– মাৰামুল্লা, নেপালী- [More..]

অসমৰ উদ্ভিদ পৰিচয়

অসমৰ উদ্ভিদ পৰিচয় ২ঃ ড৹জিন্টু শৰ্মা

উদ্ভিদ পৰিচয়ঃ ৫ বৈজ্ঞানিক নাম: Albizzia lebbeck (L.) Benth. গোত্ৰ: Mimosaceae ইংৰাজী নাম: Siris Tree, Woman’s Tongue অসমীয়া নাম: কঠিয়া কৰৈ অন্য নাম: হিন্দী – চৰচ্ ,  তামিল – চিৰিদাম, মালায়লম – ভাগা, মনিপুৰী – খক্ বিৱৰণ: এবিধ বৃহৎ পৰ্ণপাতী বৃক্ষ, বাকলি মুগা বৰণৰ, [More..]

অসমৰ উদ্ভিদ পৰিচয়

অসমৰ উদ্ভিদ পৰিচয় ১ঃ ড৹জিন্টু শৰ্মা

উদ্ভিদ পৰিচয়ঃ ১ বৈজ্ঞানিক নাম: Phrynium pubinerve Bl. গোত্ৰ: Marantaceae অসমীয়া নাম: কৌপাত, কৌ। বিৱৰণ: পাত অায়তাকাৰ বা অায়তাকাৰ-ডিম্বাকাৰ, ২০ৰ পৰা ৬০ ছে.মি. দীঘল অাৰু প্ৰায় ৭ – ২০ ছেমি বহল। ফলকৰ গুৰি গোলাকাৰ অাৰু [More..]

কাব্যশিল্প

কাব্যশিল্প

হেপাঁহৰ বৰষুণ : আকাংক্ষা সিংহা

বৰষুণৰ টোপালবোৰ ফুলহৈ সৰিছিল সিদিনা …. পিয়াহত আতুৰ মোৰ ভগ্ন হৃদয়ে ওৰে ৰাতি তিতিছিল সিদিনা…. হঠাৎ বৰষুণজাকৰ দৰে তুমিও… গুচি গ’লা … মোৰ হৃদয় এতিয়া মৰুভূমি …. আৰু তুমি মোৰ বাবে এজাক হেপাঁহৰ বৰষুণ ….//// [More..]

কাব্যশিল্প

নঙঠা ৰজাৰ সাধু : দেৱজিত হাজৰিকা

একোকে কৰিব পৰা নাই দুখৰ দিনত … সৰু সৰু মানুহবোৰৰ বুকুবোৰ দুখৰ জুয়ে দহিছে বুকুতে জ্বলাই পুৰি মাৰিছে নঙঠা ৰজাৰ পুত্তলিকা… এফালৰ পৰা দেশখন জ্বলাই খাইছে ভোট খকুৱা পাষণ্ডই দশকৰ পিছত দশক জুৰি গণতন্ত্ৰৰ ভেটাৰখীয়া [More..]

কাব্যশিল্প

মই, আঘাতত অভ্যস্ত আই : কুসুমাঞ্জলি শৰ্মা

আই , I,m used to being hurt মই ,আঘাতত অভ্যস্ত আই সেই তাহানিৰ পৰাই কপালে আঠুৱে থকা চিন বোৰে অহৰ্ণিশে তাকেই সোঁৱৰাই মই আঘাতত অভ্যস্ত আই ‘উস’বুলিও এবাৰো নুঠো মই জানো জানো মোৰ মুখৰ এটি [More..]

কাব্যশিল্প

কুঁৱা : কৌস্তুভমণি শইকীয়া দত্ত

কুঁৱা খান্দিছোঁ বহু দিন জুৰি নিজক কৈ আছোঁ পানী ওলোৱা নাই থমকি ৰ’বলৈ যা খান্দি যা । মোৰ সেমেকা দুচকুৱে ধুনীয়া পৃথিৱীখনলৈ মূৰ তুলি চায় । মোৰ ভিতৰতো গঢ়ি উঠিবনে এখন ধুনীয়া পৃথিৱী । চকুপানীয়ে [More..]

কাব্যশিল্প

নুসুধিবা : অংশুমালা দেৱী

ফাগুনক নুসুধিবা ৰঙৰ কথা নুসুধিবা ধূলিৰ কথা মোৰ পথত এতিয়া ফাগুনৰ বতাহ চোতালত মোৰ সৰাপাতৰ মেলা বসন্তৰ বতৰা সৰা পাতক নুসুধিবা ফাগুনকো নুসুধিবা আৰু মোকো নুসুধিবা মোৰ কথা যি বাটত মই খোজকাঢ়ো সেই বাট তুমি [More..]

কাব্যশিল্প

প্ৰসংগঃ ভাৰতবৰ্ষ : বিশাল অনুৰাগ

এইখন ভাৰতবৰ্ষ লুণ্ঠনৰ আকাংক্ষাৰে সংলগ্ন প্ৰতি প্ৰান্তত অস্বাভাৱিক প্ৰসংগ মাত্ৰেই হ’ব পাৰে প্ৰাসংগিক পক্ষপাত সিদ্ধান্তৰে ৰচিত হ’ব পাৰে অখণ্ড আইন তেনে এক প্ৰান্ত হ’ব পাৰে পঞ্জাৱ কিম্বা কাশ্মীৰ হ’ব পাৰে ৰণবীৰ সেনাৰ বিহাৰ কিম্বা পূৰ্বাঞ্চল [More..]

কাব্যশিল্প

নীলিম কুমাৰ সমীপেষু : বিশাল ৰায়

মাননীয় নীলিম কুমাৰ, আপুনি মোক যেতিয়া এটা জলফাইৰঙী কবিতা লিখিব দিছিল মই শব্দৰ বাটত বাৰে বাৰে উজুটি খাই পৰিছিলোঁ মগজুৰ ভঁৰালত লুকুৱাই ৰাখিছিলোঁ টুকুৰা টুকুৰ অনুভৱৰ স্তৱক আপোনাৰ কবিতাৰ ঘৰত মই চোৰৰ দৰেই সোমাইছিলোঁ এপদ [More..]

কাব্যশিল্প

ফাগুন বনত : দিলীপ কুমাৰ বৰুৱা

বাৰিৰ ঢাপৰে লঠঙা শিমলুৰ কাইটীয়া ডালকেইটাই যেনেকৈহে হাঁহিলে দাঁত নিকতাই মোলৈ ভেবালাগি চাই এতিয়াহে বুজিলো আনটো মূৰত যে ফাগুনে অধীৰ আগ্ৰহেৰে তালৈকে আছে বাট চাই ! সৰাপাততে চোন ফাগুনে ক’ত সপোন ৰচে নিয়ৰৰ আলসুৱা হিয়াতে [More..]

মুখ ঢাকি আন্ধাৰ হ’ল মানুহঃ
কাব্যশিল্প

মুখ ঢাকি আন্ধাৰ হ’ল মানুহঃ ৰমেন গোস্বামী

সাপৰ নেজ চিঙা ধাৰ মুগীফেঁটী সোঁত চকৰীৰ্ফেঁটী সোঁত সোঁতত উটিছে মুখ উৰি উৰি গঙা চিলনিয়ে সুধিছে গংগাত পানী কিমান ৰাধিকা ভৰিলনে কলসী তোমাৰ শগুনৰ সভাত হাত চাপৰি ডালশলীয়া গছত ভেটি খান্দি নিয়া সোঁতত নাকি চিঙা [More..]

কাব্যশিল্প

বিজয়িনীঃ অভিজ্ঞা দত্ত

মহাকাব্যৰ পৰা ঔদ্যোগীকৰণলৈ ওৰণিৰ পৰা অনৱগুন্ঠিতালৈ যুগ প্ৰবাহিনী তুমি ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ কলা হৈ সিঁচি দিছা সময়ৰ ইতিহাস ৷ সৃষ্টিৰ আঁৰত লুকাই জুমি চাই এটা বেদনাই অহর্নিশ ……… তুমি সাহসৰ প্ৰতীকী সাজেৰে জানকী হৈ ত্যাগৰ ধ্বজ্জা [More..]

একটাই মোমবাতি
কাব্যশিল্প

এডালেই মমবাতি, তথাপিঃ খগেশ সেন ডেকা

এডালেই মমবাতি : তুমি তাক কিয় দুইমূৰে জ্বলাইছা ? অতিশয় অহংকাৰী হ’লেহে এনে কাণ্ড কৰা যায়৷ তুমি কিয় ইমান অহংকাৰী ? চকুত চকু থ’লে আন ফালে চোৱা, হাতত হাত থ’ব খুজিলে ঠেলি দিয়া, হাতৰ আমলখীৰ [More..]

সাময়িকী

সাময়িকী

৪০ জন জোৱান, ৪০ টা পৰিয়াল: চৈয়দ আহমেদ শ্বাহ

যেতিয়াই এনেকুৱা একোটা ঘটনা ঘটে সেই ঘটনাটোৰ প্ৰত্যক্ষফল ভোগে পৰিয়ালৰ মানুহখিনিয়ে। কেৱল মানসিক ভাবেই নহয় ই আৰ্থিক আৰু সামাজিক দিশতো পৰিয়াল একোটাৰ ভাবিব নোৱাৰা ক্ষতি কৰে। কেবল তেনেকুৱা একোটা ভূক্তভূগী পৰিয়ালেহে কব পাৰে এনে একোটা [More..]

চিন্তাৰ বুৰবুৰণি

চিন্তাৰ বুৰবুৰণি

ফল্গুধাৰা : পাৰ্থ প্ৰতীম চৌধুৰী

ডিগ্ৰী পঢ়ি থকা অৱস্থাত এবাৰ বৰপেটাৰ কীৰ্ত্তন ঘৰলৈ গৈছিলোঁ । সেয়া মোৰ বৰপেটালৈ হয়তো দ্বিতীয় বা তৃতীয় যাত্ৰা । আমাৰ আদি বাসস্থান বৰপেটা । গুৱাহাটীলৈ উঠি অহা প্ৰায় এশবছৰমান হ’বৰ হ’ল । আজোককাৰ সময়তে গুৱাহাটীৰ [More..]

চিন্তাৰ বুৰবুৰণি

ভূপেন দা আজি আকৌ এখন চিঠি লিখিলোঁ তোমালৈ… : অংশুমালা দেৱী

আজি সপ্ততিতম গণৰাজ‍্য দিৱস। তুমিতো জানা ভূপেন দা দেশে স্বাধীনতা লাভ কৰিছিল বহু জনৰ ত‍্যাগ আৰু বলিদানৰ বিনিময়ত।গণৰাজ‍্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। আজিৰ এই সুন্দৰ দিনটোত মৰণোত্তৰ ভাৱে এই বৰ্ষৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান [More..]

চিন্তাৰ বুৰবুৰণি

শিশু , শিক্ষা, বংশগত আৰু পৰিবেশীয় প্ৰভাৱ : বিনু বৰ্মন

এজোপা বিশাল গছৰ সম্ভাৱনা যিদৰে এটা ক্ষুদ্ৰ গুটিত নিহিত হৈ থাকে আৰু উপযুক্ত সাৰ , পানী আৰু যত্ন কৰাৰ ফলত ক্ৰমশঃ ডাঙৰ হৈ ফল- ফুল আদিৰে জাতিস্কাৰ হৈ পৰে , তেনেদৰে এটি শিশুৰো পূৰ্ণ বিকাশৰ [More..]

প্ৰৱন্ধ বিতান

প্ৰৱন্ধ বিতান

এখন দেশৰ কথাৰে : ৰাজশ্ৰী বৰ্মণ

সৎ আৰু নীতিৱান মানুহৰ মই সদায় ভক্ত। ব্যক্তিগত জীৱনতো এই দুই গুণ পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ । কিছুমান জটিল সময়ত সৎ আৰু নীতিৱান ব্যক্তিৰ বিষয়ে কৰা পঢ়াশুনাই মোক বৰ সহায় কৰিছিল । সেই কাহিনীবোৰৰ [More..]

প্ৰৱন্ধ বিতান

মোৰ শৈশৱৰ খেল আৰু মোৰ আধুনিকতা : জ্যোতিমণি দেৱী

‘শৈশৱতে খেলা কত ধেমালি মোৰ আজিও মনত পৰে বালিঘৰ সজা কত কাহিনী আজিও আকুল কৰে।’ শৈশৱ বুলিলেই সোণোৱালী অতীতে দেও পাৰি নাচি উঠে মোৰ চকুৰ আগত । পাহৰিব নোৱাৰা স্মৃতিয়ে মনত দোলা দিয়ে, মোৰ শৈশৱ [More..]

প্ৰৱন্ধ বিতান

‘অ’ মোৰ দেশৰ মাটি…’ সৃষ্টিৰ আৰৰ অভিজ্ঞতা : প্ৰয়াস মজুমদাৰ

‘অ’ মোৰ দেশৰ মাটি…’ – ৰবীন্দ্ৰনাথৰ গীতৰ এফাকি। ৰবীন্দ্ৰ সংগীতৰ স্পৰ্শ সৰুৰে পৰা পাইছোঁ। ককা দিলীপ শৰ্মাই ৰবীন্দ্ৰ সংগীতৰ সাধনা কৰিছিল। তেওঁ বিভিন্ন সংগীতৰ প্ৰতিষ্ঠানত ৰবীন্দ্ৰ সংগীতৰ পাঠ দিছিল। সাংস্কৃতিক অনুষ্ঠান বোৰত ককাই আইতা সুদক্ষিনা [More..]

প্ৰৱন্ধ বিতান

সাহিত্য অকাদেমি বঁটা, ২০১৮ – এক চাক্ষুষ অভিজ্ঞতাৰ দিনলিপি: মৃণাল কুমাৰ মিশ্ৰ

“Sahitya Academy is the bridge that connects all the languages and literature of India.” হয়, সাহিত্য অকাদেমি এনে এক স্বতন্ত্ৰ অনুষ্ঠান যিয়ে ভাৰতৰ প্ৰতিটো সংবিধান স্বীকৃত ভাষাৰ মাজত এক যোগসূত্ৰ হৈ কাম কৰি আহিছে। প্ৰতিটো [More..]

প্ৰৱন্ধ বিতান

বসন্তৰ বতৰা দিয়ে চৰাইয়ে: ঘণশ্যাম ৰাজবংশী

নিশাৰ আকাশত মুক্ত বিহংগ হৈ উৰি উৰি অহা চৰাইৰ মাত, পুৱাৰ দোকমোকালিতে শুনিবলৈ পাওঁ চৰাইৰবোৰৰ সুুললিত সংগীত। মন পুলকিত হৈ পৰাত চৰাই সম্পৰ্কে লিখিবলৈ মন গ’ল। অসমলৈ বিভিন্ন সময়ত চৰাইৰ প্ৰব্ৰজন ঘটে। অসমৰ মুঠ মাটিকালি [More..]

প্ৰৱন্ধ বিতান

অসমীয়া সংগীতৰ ঐশ্বৰ্য : ধ্ৰুপদী ভাষালৈ ইয়াৰ অনুবাদ-যোগ্যতা আৰু অন্যান্য প্ৰসংগ: ৰঞ্জন বেজবৰুৱা

দীৰ্ঘ দিন ধৰি আমি অসমীয়া সংগীতৰ অনুবাদ-কাৰ্যত সবিনয়ে ব্ৰতী হৈ আছোঁ । মুখ্যত: শ্ৰীমন্তশংকৰদেৱৰ পৰা ভূপেন হাজৰিকালৈকে অসমীয়া সংগীতক, আৰু বিশেষকৈ আধুনিক সংগীত আৰু লোকসংগীতক সংস্কৃতলৈ অনুবাদ কৰিবলৈ চেষ্টা কৰি অহাৰ কথা মানুহে অল্প-বিস্তৰ জানে [More..]

প্ৰৱন্ধ বিতান

শ্ৰৱণ-অনুভুতি: শ্ৰীকবীন্দ্ৰ কুমাৰ ডেকা

মানুহৰ সভ্যতা-সংস্কৃতিৰ ন ন দিশ উন্মোচনৰ ক্ষেত্ৰত ধ্বনি বা শব্দৰ শ্ৰৱণজনিত ক্ৰিয়া-প্ৰতিক্ৰিয়া সমূহৰ ভূমিকাক অন্যতম কাৰক হিচাপে অৱশ্যেই গণ্য কৰিব পাৰি। প্ৰকৃতি আৰু মানুহৰ বিবিধ বিচিত্ৰ ক্ৰিয়া-কাণ্ড,ঘটনা-পৰিঘটনাসমূহত আনুষংগিকভাৱে নিৰ্গত সুকীয়া সুকীয়া ধ্বনি বা মাতৰ পৰিচয়সূচক অভিজ্ঞতাই [More..]

প্ৰৱন্ধ বিতান

গ্ৰন্থ – ক্ৰমবিকাশৰ পৰা গ্ৰন্থমেলালৈ : খজেন ডেকা

 #জ্ঞান অন্বেষণ মানুহৰ পুৰাতন প্ৰবৃতি। বৰ্তমান যুগত মানুহৰ জ্ঞান অন্বেষণৰ অন্যতম আধাৰ হৈছে গ্ৰন্থ। মানৱ সভ্যতাৰ বিকাশ আৰু অগ্ৰগতিত যিসমূহ উপাদানে প্ৰভূত অৰিহণা যোগাই আহিছে তাৰে ভিতৰত গ্ৰন্থ হ’ল অন্যতম উপাদান। মানৱ সভ্যতাৰ প্ৰতিটো যুগৰ, [More..]

গল্পগুচ্ছ

গল্পগুচ্ছ

ফাগুণ : সঞ্জীৱনী পাঠক

চকুপানীখিনিয়ে কোঠাটোৰ পোহৰখিনি ঢাকি পেলাইছে ৷ বিচনাত লেপেট খাই পৰি ৰোৱা তাইৰ জ্বৰীয়া দেহাৰ তপত হাতখনেৰে তাতোকৈ তপত চকুপানীখিনি মচি পেলোৱাৰ বৃথা চেষ্টা এটা চলাই আছে ৷ চকু দুটা মুদি ফোনৰ সিপাৰৰ উশাহকেইটাৰ কথা মনত [More..]

গল্পগুচ্ছ

শুভানু ধ‍্যায়ী – মূলঃ ওড়িয়াঃ আচাৰ্য ভাৱানন্দ, অনুবাদঃ সুৰেন তালুকদাৰ

আচাৰ্য ভাৱানন্দঃ আচাৰ্য ভাৱানন্দ ওড়িয়া ভাষাৰ এগৰাকী সুপ্ৰতিষ্ঠিত চুটি গল্প লেখক। তেওঁৰ গল্প আৰু আন লেখাৰ সংখ‍্যা অধিক নহয় যদিও উচ্চ মান বিশিষ্ট হোৱাৰ হেতুকে তেওঁৰ গল্প আন কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে। ————————————————- ৰাধু [More..]

গল্পগুচ্ছ

অনুগল্প : নৱজিৎ মেধি

[ ১ ] #এক মিনিটৰ গল্প :- *(নিগনি দৌৰ )* অফিচৰ পৰা আহিয়েই সন্ধিয়া শাহুআইক ঘৰত দেখি অনুপম বৰুৱা বৰ আনন্দিত হ’ল । বিয়া কৰোৱা বহু বছৰেই হ’ল যদিও নিজে থকা চহৰখনৰ পৰাই বিয়া কৰোৱাৰ [More..]

গল্পগুচ্ছ

বাস্তৱ : মাছুমা জামান

[“বাস্তৱ ভয়াবহ সত্য”,,,,সময়ে সময়ে প্ৰতাৰিত হোৱা সচা ভালপোৱাৰ নিদৰ্শন এয়া😑😑] দৃশ্য ১: ডাৱৰীয়া বতৰ, ক্ৰমাৎ মুশূলধাৰ বৰষুণৰ অপেক্ষাত গুৱাহাটীৰ পল্টন বজাৰৰ এটি আবেলি। সদাব্যস্ত পল্টন বজাৰ, যেন মানুহৰ মকৰাজল।। বাট পথ, পদপথ, সকলোতে কেৱল ব্যস্ততাৰ [More..]

গল্পগুচ্ছ

উখহা হাতৰ সাহস : ৰুমী নাথ

“হেৰি বেমাৰী দেহাটোৰে আৰু কোনফালে ঢাপলি মেলিছে ? ” পদূলিৰ জপনা আধা খোলা কৰি দেউতাই মাৰ গৰগৰীয়া শব্দৰ শিকলিডালত মেৰ খাই সাঁউত কৰে একেবাৰে মাৰ সন্মুখ পালেহি । দেউতা — ” তোমাক আৰু কিমান বুজামহে [More..]

গল্পগুচ্ছ

সেৱা : গল্প প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ স্থান প্ৰাপ্ত গল্প : পৰিস্মিতা বৰদলৈ

বগলী পাখী যেন ধকধকীয়া কাপোৰখনত ৰঙা কাপোৰেৰে ঘেৰ দিয়া ধুনীয়া চন্দ্ৰতাপখনৰ তলতে ফুলাম গামোচাৰে ঢাকি পাতি লোৱা হৈছে অস্থায়ী মণিকুটটি ৷ মণিকুটটিৰ সন্মুখত মুখামুখিকৈ কলপুলিৰ ঠাৰিৰে সজা গছা দুটিত জ্বলি আছে দুগছি মাটিৰ চাকি ৷ [More..]

কোকিলা মাহাৰী
গল্পগুচ্ছ

কোকিলা মাহাৰী – ৰবি পাটনায়ক, অনুবাদ: মহেন্দ্ৰ কুমাৰ নাথ

(উৰিয়া গল্পকাৰ ৰবি পাটনায়ক ভাৰতীয় সাহিত্য জগতৰ এক প্ৰসিদ্ধ নাম৷ তেওঁৰ গল্প ইংৰাজীকে ধৰি বিভিন্ন দেশী-বিদেশী ভাষালৈ অনূদিত হৈছে৷ চাৰিশৰো অধিক চুটি গল্পৰ জনক ৰবি পাটনায়কে উৰিয়া সাহিত্য অকাডেমী বঁটা, সৰলা বঁটা আৰু ১৯৯২ চনত [More..]

Jui
গল্পগুচ্ছ

জুইঃ নিংকু নিশা নেওগ

পৰীক্ষাহলত ডিউটি দি থকা ধৰণী মাষ্টৰে বাওঁহাতৰ গৰম চিঙৰাটোত একামোৰ মাৰি পৰম তৃপ্তিৰে আইনাৰ গিলাছটোৰ পৰা ৰঙাচাহ এশোঁহা মাৰিছিলহে, কেৰমেৰণি ধৰি দেৱযানীৰ পেটটো পাক মাৰি ধৰিলে। তাই এবাৰ ছাৰৰ হাতৰ চিঙৰাটোলৈ, এবাৰ সন্মূখত মেলি ৰখা [More..]

মুখামুখি

মুখামুখি

কাইলৈৰ দিনটো আমাৰ হ’ব : সনন্ত তাঁতিঃ ২০১৮ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

কাইলৈৰ দিনটো আমাৰ হ’ব হয়, কাইলৈৰ দিনটো আমাৰ হ’ব বুলি প্ৰচণ্ড আশাবাদী কবিজনে ভালদৰেই জানিছিল।ভালদৰেই অনুভৱ কৰিব পাৰিছিল যে গভীৰ জীৱনবোধৰ আশাই মানুহক চৰম হতাশাৰ মাজতো পোহৰৰ বাট দেখুৱাব পাৰে। এই আশাক সাৰথি কৰিয়েই কবিয়ে [More..]

ইতিহাসৰ পম খেদি

ইতিহাসৰ পম খেদি

ভোগেশ্বৰ দেৱালয়ৰ ইতিহাস : দিলীপ কুমাৰ ৰয়

পাতনিঃ দেৱালয়ৰ ইতিবৃত্তি —————————————- ” ধৰ্মস্য তত্ব নিহিতং গুহায়াম্ “–ইয়াৰ অৰ্থ হ’ল ধৰ্মৰ তত্ব গুহাত নিহিত আছে । অৰ্থাৎ ধৰ্ম কোনো বাহিৰৰ জড় বস্তু নহয় , ই থাকে চেতনাৰ গভীৰত অন্তৰস্থ দেহগুহাত আৱদ্ধ হৈ আৰু [More..]

ভ্ৰমণ কাহিনী

ভ্ৰমণ কাহিনী

টাৱাং…টাৱাং….টাৱাং …বৈদূৰ্য্য বৰুৱা

মোৰ টাৱাং যাত্ৰাৰ কাহিনী এটা আছিল।কাহিনীটো অলপমান মোৰ বাবে মনত ৰৈ যোৱা বিধৰ আছিল।  বহুদিনৰ  পৰাই ভাবি আছিলো, এই কাহিনীটো মানে অভিজ্ঞতাতো আপোনাকৰ আগলৈ আগবঢ়াম।পিছে দীঘলীয়া হোৱাৰ ভয়ত লিখা নাছিলো।সেইদিনা ভাৱিলো নাঃ!লিখাই যাওক।টাইপ মাৰি যাবলৈ [More..]

5a_ৰোম মহানগৰত ধ্যানমগ্ন বাবাজী (Color)
ভ্ৰমণ কাহিনী

ইটালীৰ ৰোম মহানগৰীত ধ‍্যানমগ্ন এইজন কোন সন্ন্যাসী? : ৰাণা গগৈ

ইংৰাজীৰ ব‍্যাকৰণৰ শ্ৰেণীত ‘ভূতকাল’ অৰ্থাৎ ‘পাষ্ট টেন্ছ’ৰ বিষয়ে বুজাবলৈ গৈ ইংৰাজী ছাৰে কৈ গ’ল — “I saw the Taj Mahal – এইটো ভুল। শুদ্ধ বাক্যটো হ’ল ‘I have seen the Taj Mahal’ ৷ পিছে এনে কিয় হয়? [More..]

বজালীৰ শব্দকোষ

বজালীৰ শব্দকোষ
বজালীৰ শব্দকোষ

বজালীৰ শব্দকোষ ৪: ডঃ জয়ন্ত কুমাৰ শৰ্মা

অ’ৰঃ ইয়াৰ, এই ঠাইৰ। যেনে – ইয়াধ্ধৰি একো বিচৰি নাপ হৈছি, অ’ৰ বস্তু ত’ত থয়ে। অ’ৰপেঃ  ইয়াৰ পৰা। যেনে – অই জেলকা, বস্তুগিলা অ’ৰপে ত’ত নেনবি। অৰণিঃ ওৰণি, তিৰোতাই মূৰ ঢাকি লোৱা কাপোৰ। যেনে – [More..]

বজালীৰ শব্দকোষ

বজালীৰ শব্দকোষ ৩: ডঃ জয়ন্ত কুমাৰ শৰ্মা

অদ্ লঃ মুখ গোমোঠা কৰ। যেনে – কি মুখখেন অদ্ লে থাকা? মায়ে পূজা চাবা নিব যা। অদ্ লনিঃ মুখ গোমোঠা কৰা কাৰ্য্য। যেনে – বাপ্পা ঐ, তোৰ মুখৰ অদ্ লনি মোই আৰ সহ্য কৰবা [More..]

বজালীৰ শব্দকোষ

বজালীৰ শব্দকোষ ২ঃ ডঃ জয়ন্ত কুমাৰ শৰ্মা

অখুৰ, অখ্ খুৰমূৰা : দৈত্য, দানব, উদণ্ড লোক। যেনে – যদুৰ চলিটু মহা অখুৰ এ। অগমূৰা : অকৰা, একো নুবুজা। যেনে – হাবিৰামৰ নাইটেকটু কি আগমূৰা চলি এ? অগ্রং বগ্ৰং : সংগতিবিহীন কথা। যেনে – [More..]

বজালীৰ শব্দকোষ

বজালীৰ শব্দকোষ ১ঃ ডঃ জয়ন্ত কুমাৰ শৰ্মা

কামৰূপী আঞ্চলিক উপভাষাটোৰ অন্তৰ্ভুক্ত বজালী অঞ্চলত প্ৰচলিত স্থানীয় উপভাষাটোৰ এক সুকীয়া বৈশিষ্ট্য আছে। বজালী অঞ্চলটো পশ্চিমে বৰপেটা আৰু পূৱে নলবাৰী অঞ্চলটোৰ মাজত অবস্থিত। সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি কাৰণত বজালী অঞ্চলৰ লোকে বৰপেটা আৰু নলবাৰী উভয় [More..]

কিশোৰ জগত

শিল্প সৌন্দৰ্য্য

গীতিমঞ্জৰী

গান

জুবিন আৰু জুবিনৰ শেহতীয়া সৃষ্টি “মা”

জুবিন, নামেই যাৰ পৰিচয়। অসমীয়াৰ হিয়াৰ আমঠু। যাৰ কণ্ঠত আছে হৃদয় মুহিব পৰা এক অদ্ভুত শক্তি।যাৰ স্বভাৱত আছে শিশু সুলভ সৰলতা। যাৰ কোমল হৃদয় খনে জিনি যায় প্ৰতিজন মানুহৰে মন। অকল সংগীতেই নহয় জুবিনৰ প্ৰতিটো [More..]

যন্ত্ৰ সংগীত

গ্ৰন্থ সমালোচনা

গ্ৰন্থ সমালোচনা

ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ) : ড. ধনমণি কলিতা

গ্ৰন্থৰ নাম- ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ) আলোচক- ড. ধনমণি কলিতা গৱেষণা সহযোগী, অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু বিকাশ প্ৰতিষ্ঠান। প্ৰকাশক- বান্ধৱ, পাণবজাৰ দাম- ১৫০ টকা প্ৰথমতে তিনিটা কাহিনী- কাহিনী একঃ দুবছৰমান আগতে [More..]

সোণৰ চামুচ মুখত লৈ
গ্ৰন্থ সমালোচনা

গ্ৰন্থশিল্পঃ সোণৰ চামুচ মুখত লৈ – বিক্ষিপ্ত আত্মজীৱনীঃ দীপক শৰ্মা

প্ৰসঙ্গক্ৰমে কৈ ল’ব বিচাৰিছোঁ, যদিও এই শিতানটি ‘গ্ৰন্থ সমালোচনা’ নামেৰে নামকৰণ কৰা হৈছে, মোৰ লেখাটো কিন্তু সমালোচনা নহয়। গ্ৰন্থখন পঢ়াৰ পিছৰ মোৰ অনুভৱখিনিহে ইয়াত ব্যক্ত কৰা হৈছে। শিতানটিৰ নাম ‘গ্ৰন্থশিল্প’ দিব পাৰি নেকি উপযুক্তজনে বিবেচনা [More..]

ফেচবুকৰ পৰা

ফেচবুকৰ পৰা

ফেচবুকৰ পৰা

https://m.facebook.com/story.php?story_fbid=2235075576520331&id=100000537303650 [এই শিতানত প্ৰকাশিত লেখাসমূহ সম্পাদনা কৰা নহয়]  

ফেচবুকত মণিকূটৰ পৃষ্ঠা

মণিকূট আৰ্কাইভ

জনপ্ৰিয়তাৰ শীৰ্ষৰ দহটা