হেপাঁহৰ বৰষুণ : আকাংক্ষা সিংহা

  • 1
  •  
  •  
  •  
  •  
    1
    Share

বৰষুণৰ টোপালবোৰ ফুলহৈ সৰিছিল
সিদিনা ….
পিয়াহত আতুৰ
মোৰ ভগ্ন হৃদয়ে
ওৰে ৰাতি তিতিছিল
সিদিনা….
হঠাৎ বৰষুণজাকৰ দৰে
তুমিও…
গুচি গ’লা …
মোৰ হৃদয় এতিয়া
মৰুভূমি ….
আৰু
তুমি মোৰ বাবে
এজাক
হেপাঁহৰ বৰষুণ ….////

✍ আকাংক্ষা সিংহা
ভাকাৰীভিটা, বঙাইগাঁৱ৷

  • 1
    Share

1 Comment

Leave a Reply

Your email address will not be published.