পত্ৰালাপ ৪

patralap
patralap
  •  
  •  
  •  
  •  
  •  

একেবাৰে আৰম্ভণিৰে পৰা জুবিন গাৰ্গ ৱেব আলোচনী “মণিকূট”ৰ লগত আছে। জুবিন গাৰ্গৰ সান্নিধ্যই মণিকূট পৰিয়ালৰ বাবে কাম কৰি যোৱাৰ এক প্ৰেৰণা।
— জয়ন্ত কুমাৰ শৰ্মা
(নৱবৰ্ষৰ শুভেচ্ছাঃ জুবিন গাৰ্গ)

🔶 Happy new year Zubeen da.
— Manoj
(নৱবৰ্ষৰ শুভেচ্ছাঃ জুবিন গাৰ্গ)

🔶 Love you Zubeen Da.
— Bikash Dowerah
(নৱবৰ্ষৰ শুভেচ্ছাঃ জুবিন গাৰ্গ)

🔶 জুবিনদা মোৰ ভগৱান হয়।
— Bikash Dowerah
(নৱবৰ্ষৰ শুভেচ্ছাঃ জুবিন গাৰ্গ)

🔶 Hosai manuh buror monbor je ki hoise nijor janmodatak hekhor homoy khini saboloi ignore kore.
— Chanakya Ray
(সম্পৰ্ক: বিক্ৰম দেৱ)

🔶 বৰ সুন্দৰভাৱে সকলোৱে বুজি পোৱাকৈ লিখিছে। ধন্যবাদ ল’ব ।
— Nabajit Medhi
(বগীবিল দলঙৰ নেদেখা ইতিবৃত্ত: বীৰেন হালৈ)

🔶 কঠোৰ বাস্তব ।
— Anonymous
(দৃশ্যপট: কিন্নৰী ৰাভা)

🔶 সুন্দৰ বৰ্ণনা।
— Anonymous
(কাইলৈৰ দিনটো আমাৰ হ’ব: মৃণাল কুমাৰ মিশ্ৰ)

🔶 অতি সুন্দৰ পূৰ্ণাংগ লেখা। লেখাখিনিৰ লগত গান আৰু বাদ্যসংগীতে লেখাটো অতি সুন্দৰ কৰি তুলিছে।
— জয়ন্ত কুমাৰ শৰ্মা
(কোকিলকণ্ঠী দীপালী বাইদেউৰ সোঁৱৰণত)

🔶 ১৮ টা গানেৰে লিখা এই লেখাই অন্তৰ পৰশি গ’ল।
— Nabajit Medhi
(কোকিলকণ্ঠী দীপালী বাইদেউৰ সোঁৱৰণত)

🔶 বৰ সুন্দৰ । চাৰলৈ প্ৰণাম জনালোঁ।
–Nabajit Medhi
(নানাৰ সোঁৱৰণত)

🔶 বৰ ভাল পালোঁ এই লেখা পঢ়ি । মাগুৰী বিলৰ কথা আগতে জনা নাছিলোঁ । ধন্যবাদ ল’ব।
— Nabajit Medhi
(মতাপুং মাগুৰী বিল)

🔶 এই গল্পটোৱে মন-মগজু আচ্ছন্ন কৰি পেলালে । বৰ সুন্দৰ । বহুত ধন্যবাদ ল’ব।
— Nabajit Medhi
(ৰ’দে পোৰা কপালৰ ৰঙা সেন্দুৰ)

🔶 বহুত ভাল লাগিল নিংকু…লিখি যোৱা…পিছলৈ নাচাবা…তোমাৰ প্ৰতিটো লিখনি মোৰ প্ৰিয়…
You have miles to go…
— Kamal zaan Kalita
(ৰ’দে পোৰা কপালৰ ৰঙা সেন্দুৰ)

🔶 ডা.মিনতি, আপোনাৰ প্ৰৱন্ধটো অতি সময়োপযোগী হৈছে;লগতে দুগ্ধ উৎপাদক তথা উপভোক্তা সকলক সচেতন কৰাৰ উপৰিও জন স্বাস্হ্য সুৰক্ষিত কৰাৰ সহায় কৰিব । আগলৈও আপোনাৰ পৰা এনেধৰণৰ সাৰগৰ্ভ লিখনি আশা কৰিলো ।
— Anonymous
(দূষিত গাখীৰৰ পৰা হ’ব পৰা ৰোগ আৰু তাৰ প্ৰতিকাৰ)

🔶 ডা.মিনতি, আপোনাৰ লিখনিটো পঢ়ি,গাখীৰৰ উৎপাদক তথা উপভোক্তা উভয়ে সচেতন আৰু উপকৃত হব । এগৰাকী পশুচিকিৎসক হিচাপে আপোনাৰ এই পদক্ষেপ প্ৰশংসনীয় । ভৱিষ্যতে,অধিক সাৰগৰ্ভ লিখনি আশা কৰিলো ।
— ডা.নমিতা দাস নাথ
(দূষিত গাখীৰৰ পৰা হ’ব পৰা ৰোগ আৰু তাৰ প্ৰতিকাৰ)

🔶 বৰ সুন্দৰ।
— Nabajit Medhi
(এজন নতুন ভগৱানৰ জন্ম)

🔶 চিপ চিপ বৰষুণৰ বতৰত মণিকূটৰ গল্পটোৱে এক অনন্য মাদকতা কঢ়িয়াই আনিলে।
— খনীন চন্দ্ৰ বায়ন
(বোৱঁতী নদীৰ দৰে)

🔶 পঢ়ি বৰ ভাল পালোঁ ।
— Nabajit Medhi
(মেডিকেল কলেজ)

🔶 মণিকূটৰ এই সংখ্যটি পঢ়ি আছো, চাই আছো |
চিপচিপ বৰষু্রৰ বতৰটো মণিকূটে অন্য এক মাদকতা কঢিয়াই আনিছে …
— খনিন চন্দ্ৰ বায়ন
(ইল্লিগেল)

🔶 অতি সুন্দৰ ,মন পৰশা।
— খনিন চন্দ্ৰবায়ন
(Brahmaputra rock n’ roll)

🔶 “বজালীৰ শব্দকোষ” অনাগত দিনত বজেইলা ভাষাৰ এক দলিল ৰূপে পৰিগণিত হ’ব। এনে মহৎ প্ৰচেষ্টাৰ বাবে ড: জয়ন্ত কুমাৰ শৰ্মা ধন্যবাদৰ পাত্ৰ। বজালীবাসীৰ, বিশেষকৈ নবপ্ৰজন্মৰ বাবে ই এখন মূল্যবান গ্ৰন্থৰূপে বিবেচিত হ’ব বুলি আমাৰ দৃঢ় বিশ্বাস।
— Anonymous
(বজালীৰ শব্দকোষ ৩)

🔶 বৰ ভাল লাগিল।আমি ধদং বুলি কও। ধদংৰ দুটা জাত দেখি আহিছো। এটা মোনালোৱা ধদং আৰো আনটো ধদং। মোনা লোৱা ধদং দেখা মাত্ৰকে হাঁহ মুৰ্গীৰ পোৱালি বোৰ চম্ভালি ৰাখো।
— মুকুট কলিতা
(হাড়গিলাৰ অজানা কথা)

🔶 অতি সুন্দৰ । আৱৰণহীন লেখা । বৰ ভাল পালোঁ এইয়া । ধন্যবাদ ল’ব ।
— Nabajit Medhi
(বোৱঁতী নদীৰ দৰে)

🔶 বৰ আনন্দ পালোঁ সবিশেষ জানিব পাৰি । সঁচাকৈ তেখেতৰ সৃষ্টি অতুলনীয় । আপোনালৈ ধন্যবাদ জনালোঁ।
— Nabajit Medhi
(কাইলৈৰ দিনটো আমাৰ হ’ব)

🔶 Namaskar sir, Monikut web magazine t kiba article dibo parim ne jonabosun sir..apunar ei poddokhep bor bhal lagil..agbarhi jaok sir..Best wishes thakil..
— Queen Deka
[মণিকূটলৈ লেখা কেনেকৈ পঠিয়াব লাগে ভিতৰত দিয়া আছে]

🔶 সুন্দৰ পোষ্ট। গাখীৰৰ সংক্ৰমণ সংক্ৰান্তীয় কথাবোৰ জানি ভাল লাগিল। অপৰিসীম ধন্যবাদ।
— Raben Baruah
(দূষিত গাখীৰৰ পৰা হ’ব পৰা ৰোগ আৰু তাৰ প্ৰতিকাৰ)

🔶 Dear Admin of monikut,
This is a very appriciable step by publishing a web magazine in our own language. We really proud to have some brilliant talent. Please know me how to publish my content in your magazine.
— Milan Nath
[Inside Monikut, the procedure of sending articles etc. to it is given. ]

🔶 Me Too এক ব্যতিক্ৰমী বৰ্ণন। শাৰীৰিক নিৰ্যাতনৰ নিচিনা মানসিক নিৰ্যাতনৰ কিবা “মেডিকেল টেষ্ট” সম্ভৱ হোৱা হ’লে বহু ‘শ্যামল’-ৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব পৰা গ’লহেঁতেন কিজানি। পিছে তেনেকুৱা ব্যৱস্থা আছে নে নাই নাজানো।
— Piklu Acharjee
(Me too)

🔶 ভালেই লাগিছে । ছাত্ৰ- ছাত্ৰী সকললৈ আগবঢ়ঢ়োৱা উপদেশখিনি অতীব সুন্দৰ হৈছে। ভাটৌ শিক্ষাই আগবাঢ়িব দিয়া নাই ছাত্ৰ ছাত্ৰী সকলক। ধন্যবাদ ল’ব ।
— Nabajit Medhi
(আমাৰ পৰীক্ষাৰ ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ কৰণীয়)

🔶 অতি সুন্দৰ বুৰঞ্জী হব আপোনাৰ এই লেখা ,ধন্যবাদ দাদা।
— bijou kalita
(গোবিন্দপুৰ সত্ৰৰ ইতিহাস)

🔶 বৰ উপযোগী লেখা দাদা।
— পৰিস্মিতা
(কণ্টেণ্ট ৰাইটাৰ)

🔶 আপোনাৰ লণ্ডনৰ অভিজ্ঞতাৰ কথা জানিব পাৰি বৰ ভাল লাগিল। মই লণ্ডনত থাকোঁতে এই অভিজ্ঞতা ল’ব নোৱাৰিলোঁ। নিসন্দেহে এক চিৰস্মৰণীয় অভিজ্ঞতাই হ’ব। পঢ়ি মন্তব্য দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।
— ৰাণা গগৈ
(বিশ্ববিশ্ৰুত আইফেল টাৱাৰৰ শিখৰত উঠিলোঁ)

🔶 ভাল লেখা এইয়া । সবিশেষ জানিব পাৰি আনন্দিত হৈছোঁ । ধন্যবাদ ল’ব ।
— Nabajit Medhi
(বগীবিল দলঙে আনিছে সম্ভাৱনীয়তা)

🔶 নাট্য সাহিত্যৰ ওপৰত লিখা এই নিবন্ধ একপ্ৰকাৰ আপুৰুগীয়া দলিল বুলি ক’ব পাৰোঁ । তথ্য সন্নিৱিষ্ট এনে এটা লেখাৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ ।
— Nabajit Medhi
(অসমীয়া সাহিত্যৰ ভঁৰালত নাট্য-সাহিত্যৰ অৱদান)

🔶 সম্পাদকীয় পঢ়িলোঁ । হয় – ঠিকেই লিখিছে – পৰ্য্যটনক উদ্যোগ হিচাবে গঢ়ি তুলিবলৈ সকলোৱে চেষ্টা কৰিলে কিছুপৰিমানে নিবনুৱা সমস্যাও সমাধান হ’ব বুলি ভাবোঁ।
— Nabajit Medhi
(সম্পাদকীয়)

🔶 আপোনাৰ ৱালত আগতেই পঢ়িছোঁ৷ আকৌ পঢ়িলোঁ৷ বৰ ভাল লাগিল, আপোনাৰ লিখনি সাৱলীল আৰু সুখপাঠ্য৷ ফ্ৰান্সলৈ যোৱা হোৱা নাই৷ লণ্ডনত ’শ্বাৰ্ড’ নামৰ উচ্চ অট্টালিকাটোত এবাৰ উঠিছোঁ৷ ইয়াৰো লিফটৰ ব্যৱস্থা বা ’অৱজাৰ্ভেশ্যন ডেক’টোৰ পৰা দেখা যোৱা লণ্ডন মহানগৰীৰ দৃশ্যও মনোমোহা৷
— দিগন্ত দাস
(বিশ্ববিশ্ৰুত আইফেল টাৱাৰৰ শিখৰত উঠিলোঁ)

🔶 বৰ সুন্দৰ লেখা এইয়া।
— Nabajit Medhi
(মণিকৰ্ণিকা:কালান্তৰৰ ইতিবৃত্ত)

Be the first to comment

Leave a Reply

Your email address will not be published.