Vigyan vichitra
বিজ্ঞানপ্ৰভা

বিজ্ঞান বিচিত্রাঃ ড৹ ৰাস্না ৰাজখোৱা

  •  
  •  
  •  
  •  
  •  

     🔘 বর্ণসংকৰ অজগৰৰ ফ্লৰিডাৰ দ্বীপ এভাৰগ্লেডচলৈ ভাবুকি ফ্লৰিডাৰ দক্ষিণ অঞ্চলত নতুনকৈ আৱিষ্কৃত হোৱা বর্ণসংকৰ অজগৰ (Hybrid Pythons) অবর্ণসংকৰ অজগৰতকৈ যথেষ্ঠ শক্তিশালী আৰু তাৰ পৰিৱেশৰ বাবে বেছি উপযোগী৷ এই বিচিত্ৰ অজগৰ জিনীয়ভাৱে ক’বলৈ গ’লে ব্ৰহ্মদেশীয় অজগৰ (Python Bivittatus)৷ [More..]

বিজ্ঞানপ্ৰভা

হাড়গিলাৰ অজানা কথাঃ হিল্লোলজ্যোতি সিংহ

  •  
  •  
  •  
  •  
  •  

     হাড়গিলাৰ বিষয়ে কম পৰিসৰত ৰচনা এখন লিখিবলৈ যোৱাটো মোৰ বাবে বৰ টান কাম; হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে। বৈজ্ঞানিক ৰচনা এখন আবেগ বৰ্জিত হোৱা উচিত; কিন্তু মোৰ জীৱনৰ বহুত অংশ জুৰি হাড়গিলাই অধিকাৰ কৰি আছে, [More..]

বিজ্ঞানপ্ৰভা

দূষিত গাখীৰৰ পৰা হ’ব পৰা ৰোগ আৰু তাৰ প্ৰতিকাৰ: ডাঃ মিনতি দাস

  • 32
  •  
  •  
  •  
  •  
    32
    Shares

32    32Sharesশিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৰে বাবে গাখীৰ এক উৎকৃষ্ট খাদ্য বুলি ভবা হয়। ইয়াৰ মূল কাৰণ হৈছে গাখীৰত থকা পুষ্টি গুণ সমূহ। তদুপৰি কেঁচা গাখীৰৰ কিছুমান বেক্টেৰিয়া প্রতিৰোধী গুণৰ লগতে ৰোগ প্রতিৰোধী ক্ষমতাও আছে, [More..]

বিজ্ঞানপ্ৰভা

আমি দেখা আৰু জনা কুলি চৰাইজনী: ৰামচৰণ পাঠক

  • 1
  •  
  •  
  •  
  •  
    1
    Share

1    1Shareঅ’ কুলি, অ’ কুলি, কুঁউ,  কুঁউ, কুঁউ বুলি আকউ এবাৰ মাত কুলি, আকউ এবাৰ মাত – ……….. কোনে ক’লে বিহুৰ কথা, কোনে দিলে জান ? লৈ আহিছ শিঁঙৰ পেঁপা মউ  বৰষা গান |    ……….. [More..]

বিজ্ঞানপ্ৰভা

বিজ্ঞানৰ নতুন খবৰঃ ড° ৰাস্না ৰাজখোৱা

  •  
  •  
  •  
  •  
  •  

     শীতল পাৰমাণৱিক ঘড়ী বিশ্বত প্ৰথমবাৰৰ কাৰণে চীনৰ পদার্থবিদসকলে মহাকাশত ক্ৰিয়া কৰা শীতল পাৰমাণৱিক ঘড়ী নিৰ্মাণ কৰিছে। নিখুঁঁত সময় কোৱাটো অতিশয় গুৰুত্বপূর্ণ৷ ই আপোনাক ৰাতিপুৱা শোৱাৰ পৰা উঠাত আৰু বাকী কামসমূহ নিয়াৰিকৈ পৰিচালনা কৰাত সহায় কৰাৰ উপৰিও [More..]

বিজ্ঞানপ্ৰভা

সূৰ্য্যলৈ মানুহৰ অভিযান -পাৰ্কাৰ সৌৰ মিছনঃ ভাৰ্গৱ বৰঠাকুৰ 

  • 10
  •  
  •  
  •  
  •  
    10
    Shares

10    10Sharesনিউক্লীয়াৰ ফিউজন প্ৰক্ৰিয়াৰে তাপ আৰু পোহৰ উৎপন্ন কৰাৰ লগতে সূৰ্য্যৰ দৰে নক্ষত্ৰবোৰৰ পৰা অবিৰাম ভাৱে আধানযুক্ত কণিকাৰ বিকিৰণ হয় ৷ আৰু এই আধানযুক্ত কণিকাসমূহ তীব্ৰগতিৰে মহাকাশত সিঁঁচৰতি হৈ পৰে ৷ এই আধানযুক্ত কণিকাসমূহক ‘সৌৰ বতাহ’ (Solar Wind) [More..]

বিজ্ঞানপ্ৰভা

প্ৰযুক্তি আৰু সৃষ্টিঃ ড০ ৰাস্না ৰাজখোৱা

  • 1
  •  
  •  
  •  
  •  
    1
    Share

1    1Shareব্লুটুথঃ ব্লুটুথ হ’ল আধুনিক যোগাযোগ ব্যৱস্হাত তথ্য সৰৱৰাহৰ কাৰণে অতিকৈ জনপ্ৰিয় হৈ পৰা অনাতাঁৰ যোগাযোগ ব্যৱস্হা। ই নিম্ন শক্তিসম্পন্ন যোগাযোগ ব্যৱস্হা, যাৰ দ্বাৰা ম’বাইল ফ’ন, কম্পিউটাৰ, লেপটপ, যান-বাহন, চিকিৎসা আৰু আন আন ইলেক্ট্ৰনিক নেটৱৰ্কসমূহ সহজতে [More..]