কাব্যশিল্প

হেপাঁহৰ বৰষুণ : আকাংক্ষা সিংহা

  • 1
  •  
  •  
  •  
  •  
    1
    Share

1    1Shareবৰষুণৰ টোপালবোৰ ফুলহৈ সৰিছিল সিদিনা …. পিয়াহত আতুৰ মোৰ ভগ্ন হৃদয়ে ওৰে ৰাতি তিতিছিল সিদিনা…. হঠাৎ বৰষুণজাকৰ দৰে তুমিও… গুচি গ’লা … মোৰ হৃদয় এতিয়া মৰুভূমি …. আৰু তুমি মোৰ বাবে এজাক হেপাঁহৰ বৰষুণ ….//// [More..]

কাব্যশিল্প

নঙঠা ৰজাৰ সাধু : দেৱজিত হাজৰিকা

  •  
  •  
  •  
  •  
  •  

     একোকে কৰিব পৰা নাই দুখৰ দিনত … সৰু সৰু মানুহবোৰৰ বুকুবোৰ দুখৰ জুয়ে দহিছে বুকুতে জ্বলাই পুৰি মাৰিছে নঙঠা ৰজাৰ পুত্তলিকা… এফালৰ পৰা দেশখন জ্বলাই খাইছে ভোট খকুৱা পাষণ্ডই দশকৰ পিছত দশক জুৰি গণতন্ত্ৰৰ ভেটাৰখীয়া [More..]

কাব্যশিল্প

মই, আঘাতত অভ্যস্ত আই : কুসুমাঞ্জলি শৰ্মা

  •  
  •  
  •  
  •  
  •  

     আই , I,m used to being hurt মই ,আঘাতত অভ্যস্ত আই সেই তাহানিৰ পৰাই কপালে আঠুৱে থকা চিন বোৰে অহৰ্ণিশে তাকেই সোঁৱৰাই মই আঘাতত অভ্যস্ত আই ‘উস’বুলিও এবাৰো নুঠো মই জানো জানো মোৰ মুখৰ এটি [More..]

কাব্যশিল্প

কুঁৱা : কৌস্তুভমণি শইকীয়া দত্ত

  • 39
  •  
  •  
  •  
  •  
    39
    Shares

39    39Sharesকুঁৱা খান্দিছোঁ বহু দিন জুৰি নিজক কৈ আছোঁ পানী ওলোৱা নাই থমকি ৰ’বলৈ যা খান্দি যা । মোৰ সেমেকা দুচকুৱে ধুনীয়া পৃথিৱীখনলৈ মূৰ তুলি চায় । মোৰ ভিতৰতো গঢ়ি উঠিবনে এখন ধুনীয়া পৃথিৱী । চকুপানীয়ে [More..]

কাব্যশিল্প

নুসুধিবা : অংশুমালা দেৱী

  •  
  •  
  •  
  •  
  •  

     ফাগুনক নুসুধিবা ৰঙৰ কথা নুসুধিবা ধূলিৰ কথা মোৰ পথত এতিয়া ফাগুনৰ বতাহ চোতালত মোৰ সৰাপাতৰ মেলা বসন্তৰ বতৰা সৰা পাতক নুসুধিবা ফাগুনকো নুসুধিবা আৰু মোকো নুসুধিবা মোৰ কথা যি বাটত মই খোজকাঢ়ো সেই বাট তুমি [More..]

কাব্যশিল্প

প্ৰসংগঃ ভাৰতবৰ্ষ : বিশাল অনুৰাগ

  • 14
  •  
  •  
  •  
  •  
    14
    Shares

14    14Sharesএইখন ভাৰতবৰ্ষ লুণ্ঠনৰ আকাংক্ষাৰে সংলগ্ন প্ৰতি প্ৰান্তত অস্বাভাৱিক প্ৰসংগ মাত্ৰেই হ’ব পাৰে প্ৰাসংগিক পক্ষপাত সিদ্ধান্তৰে ৰচিত হ’ব পাৰে অখণ্ড আইন তেনে এক প্ৰান্ত হ’ব পাৰে পঞ্জাৱ কিম্বা কাশ্মীৰ হ’ব পাৰে ৰণবীৰ সেনাৰ বিহাৰ কিম্বা পূৰ্বাঞ্চল [More..]

কাব্যশিল্প

নীলিম কুমাৰ সমীপেষু : বিশাল ৰায়

  • 31
  •  
  •  
  •  
  •  
    31
    Shares

31    31Sharesমাননীয় নীলিম কুমাৰ, আপুনি মোক যেতিয়া এটা জলফাইৰঙী কবিতা লিখিব দিছিল মই শব্দৰ বাটত বাৰে বাৰে উজুটি খাই পৰিছিলোঁ মগজুৰ ভঁৰালত লুকুৱাই ৰাখিছিলোঁ টুকুৰা টুকুৰ অনুভৱৰ স্তৱক আপোনাৰ কবিতাৰ ঘৰত মই চোৰৰ দৰেই সোমাইছিলোঁ এপদ [More..]

কাব্যশিল্প

ফাগুন বনত : দিলীপ কুমাৰ বৰুৱা

  • 22
  •  
  •  
  •  
  •  
    22
    Shares

22    22Sharesবাৰিৰ ঢাপৰে লঠঙা শিমলুৰ কাইটীয়া ডালকেইটাই যেনেকৈহে হাঁহিলে দাঁত নিকতাই মোলৈ ভেবালাগি চাই এতিয়াহে বুজিলো আনটো মূৰত যে ফাগুনে অধীৰ আগ্ৰহেৰে তালৈকে আছে বাট চাই ! সৰাপাততে চোন ফাগুনে ক’ত সপোন ৰচে নিয়ৰৰ আলসুৱা হিয়াতে [More..]

মুখ ঢাকি আন্ধাৰ হ’ল মানুহঃ
কাব্যশিল্প

মুখ ঢাকি আন্ধাৰ হ’ল মানুহঃ ৰমেন গোস্বামী

  •  
  •  
  •  
  •  
  •  

     সাপৰ নেজ চিঙা ধাৰ মুগীফেঁটী সোঁত চকৰীৰ্ফেঁটী সোঁত সোঁতত উটিছে মুখ উৰি উৰি গঙা চিলনিয়ে সুধিছে গংগাত পানী কিমান ৰাধিকা ভৰিলনে কলসী তোমাৰ শগুনৰ সভাত হাত চাপৰি ডালশলীয়া গছত ভেটি খান্দি নিয়া সোঁতত নাকি চিঙা [More..]

কাব্যশিল্প

বিজয়িনীঃ অভিজ্ঞা দত্ত

  • 110
  •  
  •  
  •  
  •  
    110
    Shares

110    110Sharesমহাকাব্যৰ পৰা ঔদ্যোগীকৰণলৈ ওৰণিৰ পৰা অনৱগুন্ঠিতালৈ যুগ প্ৰবাহিনী তুমি ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ কলা হৈ সিঁচি দিছা সময়ৰ ইতিহাস ৷ সৃষ্টিৰ আঁৰত লুকাই জুমি চাই এটা বেদনাই অহর্নিশ ……… তুমি সাহসৰ প্ৰতীকী সাজেৰে জানকী হৈ ত্যাগৰ ধ্বজ্জা [More..]